লোকসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰথমখন খচৰা

কোকৰাঝাৰ(ST) লোকসভা সমষ্টিত কি কি বিধানসভা সমষ্টি থাকিব?
গোসাঁইগাঁও, দতমা(ST), কোকৰাঝাৰ(ST), বাওখুংগ্ৰি
পৰ্বতঝৰা, ছিদলি চিৰাং(ST), বিজনী, গোবৰ্ধনা, বাক্সা(ST)

ধুবুৰী লোকসভা সমষ্টিত কি কি বিধানসভা সমষ্টি থাকিব?
গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, মানকাচৰ, বিলাসীপাৰা
দক্ষিণ শালমৰা, জলেশ্বৰ, পূব গোৱালপাৰা
মানিকপুৰ, মন্দিয়া আৰু চেঙা

বৰপেটা লোকসভা সমষ্টিত কি কি বিধানসভা সমষ্টি থাকিব?
অভয়াপুৰী, বঙাইগাঁও, ভৱানীপুৰ, বৰপেটা
ৰূপসী, বজালী, হাজো, বৰক্ষেত্ৰী, নলবাৰী, টিহু

দৰং লোকসভা সমষ্টিত কি কি বিধানসভা সমষ্টি থাকিব?
তামুলপুৰ(ST), গোৰেশ্বৰ, ৰঙিয়া, কমলপুৰ, ভেৰগাঁও
ওদালগুৰি(ST), মাজবাট(ST), টংলা, ছিপাঝাৰ
মঙলদৈ আৰু দলগাঁও

গুৱাহাটী লোকসভা সমষ্টিত কি কি বিধানসভা সমষ্টি থাকিব?
পশ্চিম গোৱালপাৰা(ST), দুধনৈ(ST), চমৰীয়া, বকো
পলাশবাৰী, দিছপুৰ, ডিমৰীয়া(SC), নিউ গুৱাহাটী
গুৱাহাটী চেন্ট্ৰেল আৰু জালুকবাৰী

ডিফু(ST) লোকসভা সমষ্টিত কি কি বিধানসভা সমষ্টি থাকিব?
বোকাজান(ST), হাওৰাঘাট(ST) , ডিফু(ST)
ৰংখাং(ST) , আমৰি(ST) আৰু হাফলং(ST)

কৰিমগঞ্জ লোকসভা সমষ্টিত কি কি বিধানসভা সমষ্টি থাকিব?
হাইলাকান্দি, আলগাপুৰ, বদৰপুৰ, উত্তৰ কৰিমগঞ্জ
দক্ষিণ কৰিমগঞ্জ আৰু ৰাতাবাৰী(SC)

শিলচৰ(SC) লোকসভা সমষ্টিত কি কি বিধানসভা সমষ্টি থাকিব?
লক্ষীপুৰ, উদৰবন্দ, কাটিগড়া, বৰখলা
শিলচৰ, সোণাই আৰু নৰসিংপুৰ(SC)

নগাঁও লোকসভা সমষ্টিত কি কি বিধানসভা সমষ্টি থাকিব?
জাগীৰোড(SC), লাহৰীঘাট, মৰিগাঁও, বটদ্ৰৱা
ৰূপহীহাট, চামগুৰি, নগাঁও আৰু ৰহা(SC)

কাজিৰঙা লোকসভা সমষ্টিত কি কি বিধানসভা সমষ্টি থাকিব?
কলিয়াবৰ, বঢ়মপুৰ, বিন্নাকান্দি, হোজাই
লামডিং, গোলাঘাট, দেৰগাঁও
বোকাখাত, খুমটাই আৰু সৰুপথাৰ

শোণিতপুৰ লোকসভা সমষ্টিত কি কি বিধানসভা সমষ্টি থাকিব?
ঢেকিয়াজুলী, বৰচলা, তেজপুৰ, ৰঙাপৰা
চতিয়া, বিশ্বনাথ, বিহালী(SC), গহপুৰ, বিহপুৰীয়া

লখিমপুৰ লোকসভা সমষ্টিত কি কি বিধানসভা সমষ্টি থাকিব?
ৰঙানদী, নাওবৈচা(SC), লখিমপুৰ, ঢকুৱাখনা
ধেমাজি(ST), চিচিবৰগাঁও, জোনাই(ST)
শদিয়া আৰু ডুমডুমা

ডিব্ৰুগড় লোকসভা সমষ্টিত কি কি বিধানসভা সমষ্টি থাকিব?
মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তিনিচুকীয়া, চাবুৱা
ডিব্ৰুগড়, মৰাণ, দুলীয়াজান, টিংখাং, নাহৰকটীয়া

যোৰহাট লোকসভা সমষ্টিত কি কি বিধানসভা সমষ্টি থাকিব?
সোণাৰি, মাহমৰা, ডিমৌ, শিৱসাগৰ, নাজিৰা, মাজুলী(ST)
টীয়ক, যোৰহাট, মৰিয়নী আৰু তিতাবৰ সমষ্টি

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং: আজিৰে পৰা জুনিয়ৰ, ছাৱ-জুনিয়ৰ শাখাৰ খেল

গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা...

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি

২০২২ চনত দিল্লীত দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰ চাঞ্চল্যকৰ...

নিৰাপত্তাহীনতাত এখন খিলঞ্জীয়াৰ গাঁও

ঘটনা খিলঞ্জীয়া বসতিপ্ৰধান ধিঙৰ কলবাৰীৰ। অভিযোগ উঠিছে মুছলমান আগ্ৰাসনৰ।...

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...