কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ জলপানী লাভ কামাক্ষী বৰদলৈৰ

গুৱাহাটীৰ ছেণ্ট মেৰীজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী কামাক্ষী বৰদলৈয়ে চলিত বৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ সাংস্কৃতিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ চমুকৈ চি চি আৰ টিয়ে সত্ৰীয়া নৃত্যত আগবঢ়োৱা জলপানী লাভ কৰিছে।

ৰাজ্যৰ অগ্ৰণী সত্ৰীয়া নৃত্য প্ৰশিক্ষণ প্ৰতিষ্ঠান ‘সংগীত সত্ৰ’ৰ প্ৰশিক্ষাৰ্থী কামাক্ষীয়ে এই ক্ষেত্ৰত প্ৰথম ১০ তা স্থানৰ ভিতৰত স্থান লাভ কৰিছে। গুৱাহাটীৰ চানমাৰি কলনী নিবাসী তন্ময় বৰদলৈ আৰু ময়ুৰাক্ষী বৰদলৈৰ কনিষ্ঠা কন্যা কামাক্ষী বৰদলৈ। তেওঁ নৃত্যবিশাৰদ ৰঞ্জুমনি শইকীয়াৰ তত্বাৱধানত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...