অৰণ্য সুৰক্ষা সমিতি অসমৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

প্ৰতিষ্ঠা দিৱস উপলক্ষে মুকলি পানীত মাছৰ পোনা মেলা কাৰ্যসূচী ৰূপায়ন

আজি ১৯ জুন, এই দিনটোতেই প্ৰকৃতি সুৰক্ষাৰ মহান উদ্দেশ্য বুকুত বান্ধি আৰম্ভ হৈছিল অৰণ্য সুৰক্ষা সমিতি -অসম। এই প্ৰকৃতি সুৰক্ষা সংস্থাটিৰ আজি ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। বিগত ২৮টা বছৰে অৰণ্য সুৰক্ষা সমিতি- অসমে অহৰ্নিশে কাম কৰি আহিছে ধুনীয়া ধৰণীৰ স্বাৰ্থত।

আজি এই প্ৰতিষ্ঠা দিৱস উপলক্ষে মুকলি পানীত মাছৰ পোনা মেলা কাৰ্যসূচী ৰূপায়ন কৰা হয়, যিহেতুকে ৰাজ্যত যথেষ্ট পৰিমাণে হ্ৰাস পাইছে থলুৱা প্ৰজাতিৰ মাছ। বিলাসীপাৰাৰ হাকাম বিলত আয়োজন কৰা হয় এই বিশেষ কাৰ্যসূচীৰ। ইয়াৰ লগতে প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত গছ পুলি ৰোপণৰ লগতে বিশেষ বিশেষ স্থানত বিভিন্ন গছৰ বীজ সিঁচা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...