জোনমণি ৰাভাৰ মৃত্যুৰ CBI তদন্তক লৈ জটিলতা

জোনমণি ৰাভাৰ মৃত্যুৰ CBI তদন্তক লৈ জটিলতা।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কাইলৈ দিল্লীলৈ যাব DGP জিপি সিং।
CBI সঞ্চালকৰ সৈতে জোনমণিৰ ঘটনা সন্দৰ্ভত কৰিব আলোচনা।
গুৱাহাটীত এই মন্তব্য ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ ।
জোনমণি কাণ্ডৰ তদন্ত CBIক দিবলৈ ইতিমধ্যেই কেন্দ্ৰক প্ৰস্তাৱ দিছে ৰাজ্য চৰকাৰে।
কিন্তু তদন্তৰ দায়িত্ব CBI-য়ে এতিয়াও আনুষ্ঠানিকভাবে লোৱা নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

কাজিৰঙাত ধনেশ পক্ষীৰ নান্দনিক পৰিৱেশে দৃষ্টি কাঢ়িছে সকলোৰে

কাজিৰঙাত ধনেশ পক্ষীৰ নান্দনিক পৰিৱেশে দৃষ্টি কাঢ়িছে সকলোৰে। কোৱা...

দিলৱাৰ হুছেইন মজুমদাৰৰ জামিন লাভ

দিলৱাৰ হুছেইন মজুমদাৰৰ জামিন লাভ। দ্বিতীয়টো গোচৰতো জামিন পালে...

তাচপাতৰ দৰে খহি পৰিল অট্টালিকা, ভয়াৱহ ভূমিকম্পত মুহূৰ্ততে শেষ সকলো

মুহূৰ্ততে শেষ সকলো। খহি পৰিল ইটোৰ পিছত সিটোকৈ সুবিশাল...

অসম ক্ৰিকেটৰ উত্তৰণ দেখি মই অভিভুত: ছৈৰাজ বহুতুলে

‘অসম ক্ৰিকেটৰ উত্তৰণ দেখি মই অভিভুত৷ মই অসমৰ হৈ...