‘ম’বাইল আমিহে ব্যৱহাৰ কৰিব লাগে, আমাক নহয়’, প্ৰথম স্থান পোৱা সংকল্পজিৎ শইকীয়াৰ বাৰ্তা

উচ্চতৰ মাধ্যমিকত চৰ্চালৈ আহিছে কেইখনমান মুখ। কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত প্ৰথম স্থান দখল কৰিছে তেওঁলোকে। তেওঁলোকৰ কথা শুনিলে আপুনি কব, ৱাহ কি সুন্দৰ চিন্তাধাৰা। সুন্দৰ সংস্কাৰ। তেওঁলোক প্ৰকৃততেই একো একোজন নিয়মানুৱৰ্তী শিক্ষাৰ্থী।

৪৯০ নম্বৰেৰে কলা শাখাৰ প্ৰথম সংকল্পজিৎ শইকীয়া। ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সংকল্পজিৎ মেধাৰ প্ৰতীকৰ লগতে উৰ্বৰা চিন্তাৰ অধিকাৰী। কাকতত নিয়মীয়াকৈ লেখা-মেলা কৰে সংকল্পজিতে। অনুজসকলক উদ্দেশ্যি ম’বাইল মেনিয়াক লৈ সংকল্পজিতে ক’লে-‘ম’বাইল আমি ব্যৱহাৰ কৰিব লাগে’। ‘কিন্তু ম’বাইলে আমাক ব্যৱহাৰ কৰিবলৈ দিব নালাগে’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...