শৃংখল চলিহাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ

জে’লৰ পৰা ওলাওঁতেই পুনৰ গ্ৰেপ্তাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক। ব্যৱসায়ীৰ মুখলৈ থুৱাই দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈ জামিন লাভ কৰিছিল শৃংখলে। কিন্তু বুধবাৰে জে’লৰ পৰা ওলাওঁতেই অতিৰিক্ত দণ্ডাধীশৰ উপস্থিতিত পুনৰ গ্ৰেপ্তাৰ হ’ল শৃংখল চলিহা। শৃংখল চলিহাক গ্ৰেপ্তাৰৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। এই গ্ৰেপ্তাৰক চক্ৰান্তমূলক আখ্যাৰে  শিৱসাগৰ অচল কৰি দিয়াৰ হুংকাৰ দল–সংগঠনৰ।

শৃংখল চলিহাক পুনৰ গ্ৰেপ্তাৰ

জে’লৰ পৰা ওলাওঁতেই ভৰাই দিয়া হ’ল জে’লত

শৃংখল চলিহাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ

NSAৰ অধীনত গ্ৰেপ্তাৰ শৃংখলক

শিৱসাগৰ জিলা দণ্ডাধীশৰ নিৰ্দেশত এই গ্ৰেপ্তাৰ

‘বহিৰাগত বণিয়াৰ পকেটত সোমোৱা চৰকাৰে হত্যা কৰিছে গণতন্ত্ৰৰ’

মঙলবাৰে জামিন লাভ কৰিছিল শৃংখলে

বাৰম্বাৰ আইন অমান্য কৰাৰ বাবে NSAৰ গোচৰ

সংবিধান, আইনক সন্মান নকৰাৰ অভিযোগ

পূৰ্বেও বহু থানাত আছে শৃংখলৰ বিৰুদ্ধে গোচৰ

‘এই গ্ৰেপ্তাৰ পৰিকল্পিত ষড়যন্ত্ৰ’

এনে ষড়যন্ত্ৰ আঁতৰাবলৈ শিৱসাগৰ অচল কৰি দিয়াৰ হুংকাৰ

AJYCPৰ নেতাক চৰিওৱা অনা-অসমীয়া ব্যৱসায়ী মুক্ত জামিনত

তেনে সময়তে শৃংখল চলিহাক NSAত গ্ৰেপ্তাৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...