জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমৰ দুখন তথ্যচিত্ৰলৈ বঁটা

‘হাড়গিলা দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্ট’ৰ্ক’লৈ শ্ৰেষ্ঠ তথ্যচিত্ৰ বঁটা
পূৰ্ণিমা দেৱী বৰ্মনৰ হাড়গিলা সংৰক্ষণৰ কাহিনীৰে এই তথ্যচিত্ৰ
‘হাড়গিলা’ৰ হৈ বঁটা গ্ৰহণ কৰে পৰিচালক পাৰ্থসাৰথি মহন্তই
প্ৰযোজকদ্বয় মীনা মহন্ত, ইন্দ্ৰাণী বৰুৱায়ো বঁটা গ্ৰহণ কৰে
প্ৰখ্যাত অভিনেত্ৰী অপৰ্ণা সেনে প্ৰদান কৰে এই বঁটা
একেটা চলচ্চিত্ৰ মহোৎসৱত ‘লাচিত দ্য ৱাৰিয়ৰ’ৰ বাবে দুটাকৈ বঁটা
পাৰ্থসাৰথি মহন্তই লাভ কৰে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা
অনুপম মহন্তই লাভ কৰে শ্ৰেষ্ঠ ক্ৰিয়েটিভ ডাইৰেক্টৰৰ বঁটা
প্ৰখ্যাত পৰিচালক পংকজ পৰাশৰে প্ৰদান কৰে এই বঁটা
দুয়োখন তথ্যচিত্ৰৰ প্ৰযোজক মীনা মহন্ত, ইন্দ্ৰাণী বৰুৱা
৬-১০ জানুৱাৰীলৈ জয়পুৰত অনুষ্ঠিত হৈছে চলচ্চিত্ৰ মহোৎসৱ
৮০খন দেশৰ ২ হাজাৰ ২০৫খন ছবিৰ অংশগ্ৰহণ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...