অৱসৰপ্ৰাপ্ত SPক গুলীয়াই হত্যা নৱনিযুক্ত SIৰ

  • ধেমাজিত দিন দুপৰতে এজনক গুলীয়াই হত্যা
  • অৱসৰপ্ৰাপ্ত SPক গুলীয়াই হত্যা নৱনিযুক্ত SIৰ
  • নিহত আৰক্ষী অধীক্ষকজন অমূল্য বৰুৱা
  • অৰুণাচলৰ অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক বৰুৱা
  • হত্যা কৰি থানাত আত্মসমৰ্পণ SI আলোক কোঁৱৰৰ
  • ডিব্ৰুগড় সদৰ থানাত কৰ্তব্যৰত SI আলোক কোঁৱৰ
  • মাটি-বাৰী সংক্ৰান্তীয় ঘটনাক লৈ হত্যাৰ সন্দেহ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিচেম্বৰতে বাংলাদেশলৈ উভতিব নেকি শ্বেখ হাছিনা? প্ৰত্যাৱৰ্তনৰ পূৰ্বে ভাৰতৰ দুটা চৰ্ত!

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ডিচেম্বৰ মাহতে ঢাকালৈ উভতি...

মৰিগাঁও চহৰৰ মাজমজিয়াত পথত মাছৰ উজান; মাছ নিবলৈ মানা কৰি ৰাইজক কাতৰ আহ্বান ব্যৱসায়ীৰ

মৰিগাঁও চহৰৰ মাজমজিয়াৰ মেইন পুলিচ পইণ্টত সংঘটিত হয় এক...