পুত্ৰৰ মৃত্যু সংবাদৰ শোক সহিব নোৱাৰি মৃত্যু মাতৃৰো

মাতৃ আৰু সন্তানৰ সম্পৰ্ক আমৃত্যু একেই থাকে। সময় সলনি হয়, বাহ্যিক কিছু পাৰিপাৰ্শ্বিকতাত সম্পকৰ্ৰ উত্তাপৰো হীন-দেঢ়ি ঘটে। কিন্তু সন্তানৰ প্ৰতি মাতৃৰ যি টান, সেয়া সময়ৰ সোঁতত উটি যোৱা মেটেকাৰ দৰে নহয়। এই কথাকেই পুনৰবাৰ প্ৰমাণ কৰিলে দেৰগাঁৱৰ এক অতি মৰ্মান্তিক ঘটনাই।

https://www.youtube.com/watch?v=Blt2O7CSd3s
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘নীলা ড্ৰাম’ হত্যাকাণ্ড: মৃত্যুদণ্ডক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ মুছকান-চাহিল

মীৰাটৰ ‘নীলা ড্ৰাম’ হত্যাকাণ্ডৰ দোষী মুছকান আৰু চাহিলে মৃত্যুদণ্ডক...

গোলাঘাটত লোমহৰ্ষক হত্যাকাণ্ড

গোলাঘাটৰ ৰঙাজানৰ ২ নং বৰগাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক...

ট্ৰাম্পৰ ডাঙৰ সকীয়নি: ‘কাইলৈ ইৰানত আক্ৰমণ চলাব পাৰে আমেৰিকাই’

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰানৰ বিৰুদ্ধে পুনৰ সামৰিক আক্ৰমণ...