বনভোজথলীত চলিব আবকাৰী বিভাগৰ অভিযান: মুখ্যমন্ত্ৰী

বনভোজথলীত চলিব আবকাৰী বিভাগৰ অভিযান। খোদ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ এয়া। মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পিছতেই DGP ভাস্কৰজ্যোতি মহন্তৰ স্পষ্ট কথা– মদ খাই বাহন চলোৱাৰ সাহস নকৰিব। অন্যথা ৰঙাঘৰৰ আলহী হ’ব লাগিব সুৰাপায়ী চালক। মঙলবাৰে তেজপুৰত এক সংবাদমেল সম্বোধন কৰি DGPয়ে সদৰী কৰিলে এই কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...