বিশ্বকাপৰ প্ৰবল দাবীদাৰ ‘মেছিৰ আৰ্জেণ্টিনা’

কাটাৰ বিশ্বকাপৰ ২য়খন ছেমি ফাইনেলত মৰক্কোক ২–০ গ’লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিলে ডিফেডিং চেম্পিয়ন ফ্ৰান্সে। একেৰাহে ২য় বাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত খেবিব ডিডিয়েৰৰ দলে। সন্মুখত বিশ্বকাপৰ প্ৰবল দাবীদাৰ ‘মেছিৰ আৰ্জেণ্টিনা’।

দেওবাৰে বিশ্বকাপৰ ফাইনেল
মৰক্কোৰ বিশ্বকাপৰ স্বপ্নৰ দৌৰ স্তব্ধ
বিশ্বকাপৰ ফাইনেলত ফ্ৰান্সৰ সন্মুখত আৰ্জেণ্টিনা
অভিজ্ঞতা আৰু সৌন্দৰ্যৰ যুঁজত মেছি-এমবাপে
অপূৰ্ব পদশিল্পৰে প্ৰতিপক্ষৰ দুৰ্গ কপাঁইছে ফুটবলৰ ৰাজপুত্ৰই
আৰ্জেণ্টিনাৰ সন্মুখত বাধা এমবাপে
ফ্ৰান্সৰ সন্মুখত বাধা মেছি

দেওবাৰে নিশা ৮.৩০ বজাত বিশ্বকাপৰ ফাইনেল
শনিবাৰে নিশা ৮.৩০ বজাত তৃতীয় স্থানৰ খেল
মুখামুখি হ’ব ক্ৰৱেছিয়া আৰু মৰক্কো

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ একমাত্ৰ দ্বীপ; য’ত ৬ মাহ ফ্ৰান্স আৰু ৬ মাহ স্পেইনৰ শাসন চলে

ইউৰোপত এনে এক অদ্ভূত নদী দ্বীপ আছে, য’ত শতিকা...

কেতিয়াবা বন্ধুত্ব, কেতিয়াবা সংঘাত: কিয় ইমান জটিল পাকিস্তান আৰু ইৰানৰ সম্পৰ্ক?

পাকিস্তানৰ সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল আছিম মুনীৰে ইৰান আৰু...