উৎকোচৰ অভিযোগৰ তদন্তক লৈ মৃণাল শইকীয়াৰ স্পষ্টীকৰণ

তুংগত উঠিছে কৃষি মন্ত্ৰী অতুল বৰা আৰু খুমতাইৰ বিধায়ক মৃণাল শইকীয়াৰ যুঁজ। মন্ত্ৰীয়ে যদি নস্যাৎ কৰিছে বিধায়কৰ অভিযোগ, ওলোটাই ফেপেৰি পাতি ধৰিছে বিধায়ক শইকীয়াই। বিধায়কৰ অটল স্থিতিত যুদ্ধক্ষেত্ৰৰ পৰা যেন পৃষ্ঠভংগ দিব লগা হৈছে মন্ত্ৰী অতুল বৰা। মৃণাল শইকীয়াৰ সমান্তৰালকৈ কৃষিমন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে গৃহ জিলাৰে কৃষক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...