উৎকোচৰ অভিযোগৰ তদন্তক লৈ মৃণাল শইকীয়াৰ স্পষ্টীকৰণ

তুংগত উঠিছে কৃষি মন্ত্ৰী অতুল বৰা আৰু খুমতাইৰ বিধায়ক মৃণাল শইকীয়াৰ যুঁজ। মন্ত্ৰীয়ে যদি নস্যাৎ কৰিছে বিধায়কৰ অভিযোগ, ওলোটাই ফেপেৰি পাতি ধৰিছে বিধায়ক শইকীয়াই। বিধায়কৰ অটল স্থিতিত যুদ্ধক্ষেত্ৰৰ পৰা যেন পৃষ্ঠভংগ দিব লগা হৈছে মন্ত্ৰী অতুল বৰা। মৃণাল শইকীয়াৰ সমান্তৰালকৈ কৃষিমন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে গৃহ জিলাৰে কৃষক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...

আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা।

অৱশেষত আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা। অনাগত দুটা...