দুধনৈ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৩ দুৰ্ধৰ্ষ ডকাইত

  • দুধনৈ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৩ দুৰ্ধৰ্ষ ডকাইত
  • শৰাইঘাত দলঙৰ সমীপৰ পৰা গ্ৰেপ্তাৰ তিনিওকে
  • ধৃত– আজিজুদ্দিন আহমেদ, মহিদুল আলী, ৰাজীবুল হক
  • ১৮ অক্টোবৰত দুধনৈত হোৱা এক ডকাইতিত জড়িত তিনিও
  • ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এই ডকাইতি ঘটনা
  • এখন বাহন হাইজেক কৰি লুটি নিছিল ১৯ লাখ ৫০ হাজাৰ টকা
  • ভুক্তভোগী ব্যৱসায়ীজন গুৱাহাটীৰ পৰা লক্ষীপুৰলৈ গৈ আছিল
  • ব্যৱসায়ীজনৰ ছুইফ ডিজায়াৰখনত আছিল ১৯ লাখ ৫০ হাজাৰ টকা
  • এখন ইনোভা বাহনেৰে ডকাইতি কৰিছিল ৩ ডকাইতে
  • অভিযানত ইনোভা বাহনখনো জব্দ কৰিছে দুধনৈ আৰক্ষীয়ে
  • পূৰ্বেও বহু ডকাইতিকাণ্ডৰে জড়িত গ্ৰেপ্তাৰ হোৱা তিনি ডকাইত
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ...

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...