ৰাইজে খেদি খেদি কৰায়ত্ত কৰিলে ২ ছাগলী চোৰক

আজিয়ে প্ৰথম ছাগলী চুৰি কৰিছিলো, আহিয়ে ফচিলো। কাম নাই বাবে আজি গৈছিলো, লগৰটোৱে ফচালে। ছাগলী চুৰি কৰি পলোৱাৰ সময়তে ৰাইজে খেদি খেদি কৰায়ত্ত কৰিলে ২ ছাগলী চোৰক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...