২৪লৈ কঁকালত টঙালী বান্ধিছে বিজেপিয়ে

সমাগত লোকসভা নিৰ্বাচনত মিছন ১২+ৰ লক্ষ্যত উপনীত হ’বলৈ কঁকালত টঙালী বান্ধিছে বিজেপিয়ে। বৰ্তমান বিৰোধীৰ দখলত থকা নগাঁও, কলিয়াবৰ আৰু বৰপেটা সমষ্টিত বিশেষ দায়িত্ব দিয়া হৈছে ২ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কিৰেণ ৰিজিজুক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...