আন এখন ছুপাৰহিট ছবিৰ কেৱল অপেক্ষা, যতীন বৰাৰ ‘ৰাঘৱ’ চাবলৈ আপুনি সাজুনে?

0 500

ক’ভিডসৃষ্ট পৰিৱেশ স্বাভাৱিক হোৱাৰ পিছত ছবিগৃহলৈ আহিছে এখনৰ পিছত আন এখন অসমীয়া ছবি। প্ৰায় প্ৰতিটো সপ্তাহতে ছবিগৃহলৈ আহিছে অসমীয়া ছবি।

আনহাতে জনপ্ৰিয় অভিনেতা–পৰিচালক যতীন বৰাই মহুৰৎ সম্পন্ন কৰিলে JB প্ৰডাকশ্যনৰ দ্বিতীয়খন ছবি।

Leave A Reply

Your email address will not be published.