জুবিন গাৰ্গেহে আমাক ৰক্ষা কৰিব পাৰিব, ঘৰ-বাৰী হেৰুৱাই কান্দিছে মাইজানবাসীয়ে!

‘জুবিন গাৰ্গেহে আমাক ৰক্ষা কৰিব পাৰিব’

‘জুবিন গাৰ্গ মোৰ ভগৱান শ্ৰীবিষ্ণু’ জুবিন গাৰ্গক

ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰাৰ আহ্বান এজন অনুৰাগীৰ

মাইজানৰ ভয়াৱহ খহনীয়াৰ বিৰুদ্ধে প্ৰশাসনে তৎপৰতাৰে ব্যৱস্থা নোলোৱাত ক্ষোভ সাধাৰণ ৰাইজৰ। ঘৰ-বাৰী হেৰুৱাই বহুজনে মথাউৰিতে আশ্ৰয় লব লগা হৈছে। এইদৰে ভয়াৱহ খহনীয়া অব্যাহত থাকিলে ডিব্ৰুগড় চহৰ, বিমান বন্দৰ আৰু অসম চিকিত্সা মহাবিদ্যালয়লৈ ভাবুকি কঢ়িয়াই আনিব। বাৰম্বাৰ প্ৰশাসনক আহ্বান জনোৱাৰ পিছতো কোনো ব্যৱস্থা নোলোৱাত জুবিন গাৰ্গক সহায়ৰ আহ্বান অনুৰাগীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...