৪টাকৈ কফ চিৰাপ ৰপ্তানি কৰা হৈছিল গেম্বিয়ালৈ

ভাৰতীয় কোম্পানীৰ কফ চিৰাপ সেৱন কৰি আফ্ৰিকাৰ গেম্বিয়াত ৬৬ শিশুৱে মৃত্যুক সাৱটি লোৱা ঘটনাক লৈ বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। হাৰিয়ানাস্থিত এটা ঔধষ কোম্পানীয়ে প্ৰস্তুত কৰা ৪টা কফ চিৰাপ ৰপ্তানি কৰা হৈছিল গেম্বিয়ালৈ। দেশখনৰ বিভিন্ন অঞ্চলৰ শিশু আৰু প্ৰাপ্তবয়স্ক লোকে এই ঔধষ গ্ৰহণ কৰাৰ পিছতে সংঘটিত হয় এই শোকাৱহ ঘটনা।

NKTV Digital
Author: NKTV Digital

223 COMMENTS

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...