১ অক্টোবৰৰ পৰা পাৰ্কিঙৰ বাবে নতুন নিয়ম প্ৰশাসনৰ

দুৰ্গা পূজাৰ সময়ত হোৱা জনসমাগমৰ বৃদ্ধি আৰু যানজঁটৰৰ ভীৰৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ নিয়ম প্ৰশাসনৰ। যোৰহাট নগৰত ১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈকে গাড়ী পাৰ্কিঙৰ বাবে নিদিষ্ট স্থান নিৰ্ধাৰণ কৰা হৈছে ৷

সেই অনুসৰি যোৰহাট কোৰ্ট ফিল্ড, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰ আৰু গান্ধী পাৰ্কৰ সমীপৰ যোৰহাট ষ্টেডিয়াম কেম্পাচত সকলোকে নিজ নিজ ব্যক্তিগত বাহনসমূহ ৰাখিবলৈ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে আহ্বান জনাইছে৷

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

২০২৭ বিশ্বকাপৰ লক্ষ্যৰে নতুন নিৰ্বাচক?

পূৰ্বৰ ভাৰতীয় তাৰকা বেটাৰ ভিভিএছ লক্ষ্মণ হ'ব নেকি ভাৰতীয়...

পুনৰ চৰ্চাত ইউটিউবাৰ UK07 Rider

দেশৰ জনপ্ৰিয় ইউটিউবাৰ তথা 'BIG BOSS 17'ৰ প্ৰতিযোগী অনুৰাগ...