টোকোনা ৰাজকোষৰ জোৰা মাৰিবলৈ পেট্ৰ’ল-ডিজেলৰ ভেট বৃদ্ধিৰ সিদ্ধান্ত

ৰাজ্যবাসীক মাধমাৰ!
পুনৰ ৰাজ্যবাসীক মাধমাৰ দিয়াৰ প্ৰস্তুতি চৰকাৰৰ
টোকোনা ৰাজকোষৰ জোৰা মাৰিবলৈ পেট্ৰ’ল-ডিজেলৰ ভেট বৃদ্ধিৰ সিদ্ধান্ত
প্ৰতিলিটাৰ পেট্ৰ’লত দুটকাকৈ ভেট বৃদ্ধিৰ সিদ্ধান্ত
প্ৰতিলিটাৰ ডিজেলত এটকাকৈ ভেট বৃদ্ধিৰ সিদ্ধান্ত
চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভৰ উদ্গীৰণ
কেন্দ্ৰৰ পৰ্যাপ্ত পুঁজিৰ অভাৱ
ভোটৰ স্বাৰ্থত ঋণৰ ধনেৰে হিতাধিকাৰী আঁচনি ৰূপায়ণ
কৰৰ ওপৰত কৰৰ বোজা জাপি দিয়া হৈছে ৰাজ্যবাসীক
বিদ্যুৎ মাচুল বৃদ্ধি, ভূমি কৰ, গৃহ নিৰ্মাণ কৰ, সম্পত্তি কৰ
পিয়াহৰ পানী টুপিতো কৰ আৰোপ চৰকাৰৰ
ক’ভিড কালত পেট্ৰ’লত ৭ টকা, ডিজেলত ১০ টকা ভেট হ্ৰাস
জনৰোষত পৰাৰ ভয়তে চৰকাৰে জাৰি কৰা নাই অধিসূচনা
চৰকাৰৰ সিদ্ধান্তক হঠকাৰী আখ্যা বিৰোধীৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...