হিজাব বিৰোধী প্ৰতিবাদ দমনৰ বাবে ৰাজপথত মহিলা কমাণ্ডো

সম্প্ৰসাৰিত হৈছে ইৰানৰ হিজাব বিৰোধী প্ৰতিবাদ

ইখনৰ পিছত সিখন দেশলৈ বিয়পিছে বিক্ষোভৰ জুই

প্ৰতিবাদ দমনৰ নামত প্ৰাণ হেৰুৱাইছে ৬০ জনৰো অধিক লোকে

হিজাব বিৰোধী প্ৰতিবাদ দমনৰ বাবে ৰাজপথত মহিলা কমাণ্ডো

ৰাজহুৱা স্থানতে কাটি পেলায় নিজৰ দীঘল চুলি

ৰাজহুৱাকৈ জ্বলাই দিয়ে হিজাব

চৰকাৰ বিৰোধী প্ৰতিবাদত উত্তাল হৈ পৰে সমগ্ৰ দেশ

মুহূৰ্ততে ইৰানৰ ৮০খন চহৰলৈ বিয়পি পৰে বিক্ষোভৰ জুই

কেবা হেজাৰ মহিলা কমাণ্ডো জপিয়াই পৰিছে প্ৰতিবাদকাৰীৰ ওপৰত

হিজাবধাৰী মহিলা কমাণ্ডোৰ হাতত আছে অত্যাধুনিক এছাল্ট ৰাইফল

ইৰানত মহিলাৰ সামাজিক স্থিতি কি?

ইৰানী মহিলাৰ কিয় এই হিজাব বিৰোধী প্ৰতিবাদ?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেৰালামৰ নতুন মুখ্যমন্ত্ৰী ভি ডি সথীছন

কেৰালামৰ নতুন মুখ্যমন্ত্ৰী ভি ডি সথীছন।AICCএ ঘোষণা কৰিলে নতুন...

মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতে কামাখ্যা ধামত মুখ্যমন্ত্ৰী

দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত ল’লে হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী হিচাপে...

অসমীয়া খিলঞ্জীয়া ভূমি পুত্ৰৰ কথা চিন্তা কৰিব পৰা নাই গৌৰৱ গগৈয়ে : বিধায়ক ভূপেন বৰা

কেবিনেটত UCC বিধেয়কক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তপ্ৰথমখন অধিৱেশনতে উত্থাপন কৰা...

কাছাৰৰ জিৰিঘাট আৰক্ষীৰ এনকাউণ্টাৰ

আৰক্ষীৰ গুলীত নিহত কুখ্যাত ড্ৰাগছ মাফিয়া।অসম-মণিপুৰ সীমান্তত ড্ৰাগছ মাফিয়াৰ...