অসমে আশা কৰিছে ২০টা সোণৰ পদক

ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২ৰ বাবে সাজু অসম
কেইবাগৰাকীও তাৰকা খেলুৱৈৰ উপস্থিতিত আত্মবিশ্বাস দৃঢ় অসম দলৰ
অসমৰ লক্ষ্য প্ৰথম ৫টা স্থান
ইতিমধ্যে ভাগে ভাগে দলসমূহ ৰাওনা হৈছে গুজৰাটলৈ
নতুন দিল্লীত উপস্থিত চাইক্লিঙৰ দল
১৮১গৰাকী খেলুৱৈ, ৯১জন টিম অফিচিয়েল আৰু ৪৫ গৰাকী পৰ্যবেক্ষক
প্ৰথম ৫টা স্থানৰ লক্ষ্য বান্ধি লৈছে অসমে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২৫ বছৰ সম্পূৰ্ণ হ’ব 9/11 আক্ৰমণৰ: কিয় আজিও বিচাৰলৈ অহা নাই খালিদ শ্বেখ মহম্মদ?

২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাত সংঘটিত 9/11 আক্ৰমণৰ ২৫...

নেপালৰ বিধ্বংসী বান: ২৯০ গৰাকী ভাৰতীয় নাগৰিকৰ সৈতে যোগাযোগ বিচ্ছিন্ন, উদ্ধাৰ অভিযান অব্যাহত

নেপালত সংঘটিত হোৱা প্ৰলয়ংকৰী বান আৰু ভূমিস্খলনৰ ফলত সৃষ্টি...

নেপালৰ প্ৰলয়ংকৰী বান: সন্ধানহীন বহু ভাৰতীয় আৰু পৰ্যটক

নেপালত শেহতীয়াকৈ হোৱা প্ৰলয়ংকৰী বান আৰু ভূমিস্খলনৰ ফলত সৃষ্টি...