পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধানখাড়ৰ পদত্যাগ

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধানখাড়ৰ পদত্যাগ পত্ৰ। NDAৰ উপ–ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ধানখাড়। শনিবাৰে এই সন্দৰ্ভত হোৱা ঘোষণাৰ পিছতে দেওবাৰে ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰে ধানখাড়ে। মণিপুৰৰ ৰাজ্যপাল লা গণেশনক পশ্চিমবংগৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে। দেওবাৰে নিশা ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰচাৰিত এক বিবৃতিত এই তথ্য প্ৰকাশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...