প্ৰথমজন অসমীয়া! দেশৰ চোৰাংচোৱা শাখাৰ শীৰ্ষ পদত অসমীয়া IPS তপন ডেকা

তপন কুমাৰ ডেকা দেশৰ পৰৱৰ্তী আইবিৰ মুৰব্বী। ডাইৰেক্টৰেট অফ ইণ্টেলিজেঞ্চ ব্যুৰ’ৰ দায়িত্বত অসম সন্তান। IB ৰ চীফৰূপে নিযুক্ত অসম সন্তান তপন কুমাৰ ডেকাক নিযুক্তি দিয়া হৈছে। অহা ১ জুলাইত দায়িত্বভাৰ গ্ৰহণ কৰিব তপন কুমাৰ ডেকাই। ১৯৮৮ বেটছৰ হিমাচল কেডাৰৰ IPS তপন কুমাৰ ডেকা। ইয়াৰ পূৰ্বে অসমৰ ডিজিপি হোৱাৰ বাবেও নাম চৰ্চালৈ আহিছিল। কাৰিকৰী কাৰণত ডিজিপিৰ পদত অধিস্থিত হ’ব পৰা নাছিল ডেকা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...