গুৱাহাটী টাউন ক্লাৱৰ বক্সিং চেণ্টাৰ মুকলি

অসমত বক্সিং খেলক এক নতুন দিগন্ত দিবলৈ আজি গুৱাহাটী টাউন ক্লাবে মুকলি কৰে বক্সিং চেণ্টাৰ। গুৱাহাটী আৰু অসমৰ প্ৰতিভাশালী খেলুৱৈসকলক STATE OF THE ART ফেচিলিটী প্ৰদান কৰিবলৈ মুকলি কৰা হৈছে এই গুৱাহাটী টাউন ক্লাৱৰ বক্সিং চেণ্টাৰ। আজি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা অসম গৌৰৱ লাভলীনা বৰগোহাঁই।

লগতে অনুষ্ঠানটোত উপস্থিত থাকে গুৱাহাটী টাউন ক্লাৱৰ সম্পাদক দেৱজিত শইকীয়া, বক্সিং ফেডাৰেচন অব্ ইণ্ডিয়াৰ মুখ্য সচিব হেমন্ত কুমাৰ কলিতা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনজিৎ ভূঞা আৰু বহু গণ্য-মান্য ব্যক্তি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জীমত ভয়ংকৰ কাণ্ড, শতাধিক মহিলা-যুৱতীৰ আপত্তিজনক ভিডিঅ’ প্রস্তুত

জীমলৈ যোৱা যুৱতী-মহিলাৰ আপত্তিজন ভিডিঅ’ প্ৰস্তুত। ব্লেকমেইলিঙেৰে বহু মহিলাৰ...

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...