কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : কোনো সুখবৰ পাব। মনোবলৰ জোৰতে বহুতখিনি কাম হৈ উঠিব। বুদ্ধিবৃত্তিত গাম্ভীর্যতা থাকিব। সন্তানৰ শুভ। শিল্পীৰ সুনাম।

বৃষ : কর্মত সুখ্যাতি লাভ। আনৰ কথা লৈ মূৰ নঘমাব। ৰাজনীতিত উদ্যম থাকিব। দাম্পত্যত জীৱন সুখ-শান্তিময়। শত্ৰু কমিব।

মিথুন : মনোবলৰ জোৰত বহু কাম সমাধা হ’ব। দুর্যোগপূর্ণ স্থান ত্যাগ কৰক। মাদক দ্রব্য বৰ্জন কৰক। কোনো লোকে সুযোগ ল’ব পাৰে। বিদ্যাত শুভ।

কৰ্কট : সুস্থিৰ মীমাংসাত উপনীত হ’ব পাৰিব। নতুন বন্ধু লাভ। ৰাজনীতিত নতুন আশাৰ সঞ্চাৰ। গুৰু কৃপা লাভ কৰিব। চিত্ৰকৰৰ সুনাম।

সিংহ : পাণ্ডিত্য প্রতিভা প্রকাশ পাব। ভাতৃৰ উন্নতিয়ে আনন্দ দিব। মনোবল অটুট থাকিব। ৰক্তজনিত ৰোগত ভুগিব পাৰে। ভ্ৰমণত শুভ। বিদ্যাত কষ্ট।

কন্যা : কর্মক্ষেত্ৰত যথেষ্ট চিন্তা-ভাবনা থাকিব। গাম্ভীর্যতা প্রকাশ পাব। ভুল চিন্তা মনলৈ নানিব। পাণ্ডিত্য প্রতিভা থাকিব।

তুলা : পাৰিবাৰিক জীৱনৰ ব্যস্ততা বাঢ়িব। ৰাজহুৱা কামত সুখ্যাতি। নিৰামিষ খাওক। শত্রু পদানত হ’ব। ক্ৰীড়াত সুনাম। বিদ্যাত সুখ।

বৃশ্চিক : মনৰ উদ্যম বাঢ়িব। সন্তানৰ পৰা সু-সংবাদ পাব। পানীৰ পৰা ভয়। আধিপত্য বিস্তাৰ কৰিব পাৰিব। সাহিত্যিক-সাংবাদিকৰ সুনাম।

ধনু : কর্মত দৃঢ়তা থাকিব। আৱেগ বর্জন কৰক। সততা ৰক্ষা পাৰিব। সন্তানক লৈ চিন্তা। ক্রীড়াত সুনাম বৃদ্ধি পাব। শত্রু কমিব। সম্পদ লাভ।

মকৰ : কৰ্মত বলিষ্ঠ সংযোগ। পদোন্নতি বা বদলিৰ যোগ। শত্ৰু কমিব। ধন ধাৰলৈ নিদিয়াই ভাল। নতুন বন্ধু লাভ। পেটৰ অসুখ হ’ব পাৰে। ভ্রমণ।

কুম্ভ : সৌভাগ্যৰ সংযোগ। বুদ্ধিবৃত্তিত নিজস্বতা থাকিব। নিৰামিষ খাদ্য খাওক। শাৰীৰিক-মানসিক উদ্যম থাকিব। প্রতিভা বিকাশৰ যোগ।

মীন : কর্মত দৃঢ়তা থাকিব। আনৰ ওপৰত সকলো নিৰ্ভৰ নকৰিব। দুষ্টৰ সংগ ত্যাগ কৰক। প্রতিযোগিতাত জয়লাভ। পাণ্ডিত্য প্রতিভা থাকিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...

“মোৰ সৈতে ভদ্ৰভাৱে কথা পাতক; মোক অসন্মান কৰি কথা নক’ব”… ছুইজাৰলেণ্ডৰ সৈতে হোৱা মেচত ৰেফাৰীৰ সৈতে বাকযুদ্ধ মেছিৰ

চলিত বিশ্বকাপ ফুটবলৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত ৰেফাৰীৰ ওপৰত...