IPL ২০২২ত কোন খেলুৱৈয়ে লাভ কৰিলে অৰেঞ্জ আৰু পাৰ্পল কেপ?

দুমাহ ধৰি চলি থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) অন্তত ১৫ সংখ্যক ছিজনে নিজৰ বিজয়ীক বিচাৰি পালে। এই ছিজনত টুৰ্ণামেণ্টত যোগদান কৰা দুটা নতুন দলৰ ভিতৰত গুজৰাট টাইটানছে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ফাইনেলত ৰাজস্থান ৰয়েলছক তৃতীয়বাৰৰ বাবে পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ট্ৰফী লাভ কৰে।

অৱশ্যে, পৰাজয় বৰণ কৰাৰ পিছতো ৰাজস্থান ৰয়েলছ দুজন খেলুৱৈয়েই অৰেঞ্জ কেপ আৰু পাৰ্পল কেপ লাভ কৰিবলৈ সক্ষম হৈছে।

জছ বাটলাৰে লাভ কৰে অৰেঞ্জ কেপ আৰু যুজবেন্দ্র চাহালে লাভ কৰে পাৰ্পল কেপ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...