বিকল ইণ্টাৰনেট চাৰ্ভাৰ, স্তব্ধ অইলৰ কাম-কাজ! লাহে লাহে আৰম্ভ হৈছে সংযোগ

অইল ইণ্ডিয়া লিমিটেডৰ ইণ্টাৰনেট চাৰ্ভাৰ বিকল হৈ আছে যদিও কেতবোৰ প্ৰযুক্তি প্ৰয়োগ কৰি আৰম্ভ কৰিছে বিভাগীয় কাম-কাজ । অইল ইণ্ডিয়া লিমিটেডৰ ইণ্টাৰনেট চাৰ্ভাৰ বিকল হোৱাত সম্পূৰ্ণ স্তব্ধ হৈ পৰিছিল প্ৰতিষ্ঠানটোৰ প্ৰায় বিলাক কাম-কাজ। ইণ্টাৰনেটৰ চাৰ্ভাৰ বিকল হোৱাৰ ফলত কোম্পানীটোৰ আন্তঃযোগাযোগ বিছিন্ন হৈ পৰিছিল । শুকুৰবাৰে এই সৰ্ন্দভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অইলৰ মুখপাত্ৰ ত্ৰিদীপ হাজৰিকাই ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

হিমাচলত চলি থকা আই ডব্লিউ এল এফ প্ৰতিযোগিতাত অভিনৱৰ ৰূপ-ইছাংফাৰ ব্ৰঞ্জ অৰ্জন

শাৰদীয় দূৰ্গা পূজাৰ মহাষষ্ঠীৰ দিনাই অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ আনন্দৰ খবৰ৷...

গুৱাহাটী নহয় যেন অপৰাধীৰ নগৰীহে! নিচাযুক্ত দ্ৰব্য খুৱাই ধৰ্ষণ যুৱতীক

গুৱাহাটীৰ লজত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিচাযুক্ত...

কাইলৈ ষষ্ঠী, ব্যস্ততাৰ অন্ত নাই কাৰোৰে

অসূয়া অপ্ৰীতি, অপায় অমংগল বিনাশৰ কামনাৰে দেৱী দুৰ্গাৰ আৰাধনাৰ...