দ্ৰুতবেগী অৰুণাচলৰ গাড়ীয়ে প্ৰাণ ল’লে এম ই স্কুলৰ ৰান্ধনিৰ!

লখিমপুৰৰ মইনাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত কুলাবালি মডেল এম ই স্কুলৰ ৰান্ধনি। নিহত ব্যক্তিজন বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ কুলাবালিৰ পদ্মধৰ চুতীয়া। মইনাপৰাৰ পৰা চাইকেলেৰে যোৱাৰ সময়তে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন। ঘৰলৈ উভতি যোৱাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনাটো। লখিমপুৰৰ পৰা ধেমাজি অভিমুখী এখন তীব্ৰবেগী অৰুণাচলী গাড়ীয়ে খুন্দিয়াই থৈ যোৱাৰ ফলত ঘটনাস্থলীতে নিহত হয় ব্যক্তিজন। নিহত ব্যক্তিজন কুলাবালি মডেল এম ই স্কুলৰ ৰান্ধনি হিচাপে কৰ্মৰত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...