কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : মেষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হ’ব, সম্পদ বাঢ়িব, যদিও দেহ-মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।

বৃষ : বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হ’ব, যদিও সামান্য মানসিক অশান্তি হোৱাৰো যোগ দেখা যায়।

মিথুন : মিথুন ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, মনৰ আশা পূৰণ হ’ব, লগতে যশস্যা লাভৰ যোগ দেখা যায়।

কৰ্কট : কৰ্কট ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিৱেশ হ’ব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হ’ব পাৰে লগতে সজাগ নহ’লে প্ৰতাৰিত হ’ব পাৰে।

সিংহ : সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, যদিও সামান্য জটিলতা থাকিব পাৰে, সজাগ নহ’লে ধন-মান হানি হোৱাৰ যোগ দেখা যায়।

কন্যা : কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সুনাম বাঢ়িব, শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে যদিও প্ৰাপ্তিৰ যোগ দেখা যায়।

তুলা : তুলা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, বিদ্যাৰ্থী সকলৰ শুভ, যদিও সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

বৃশ্চিক : বৃশ্চিক ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হ’ব, লগতে কিছু অসুস্থতাত ভোগাৰ যোগ দেখা যায।

ধনু : ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন হ’ব, কৰ্মত বাধা আঁতৰিব, লগতে মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।

মকৰ : মকৰ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হ’ব, যুৱতী সকলৰ শুভ, যদিও মনত উদ্বেগ ভাৱ বৃদ্ধিৰ যোগ দেখা যায়।

কুম্ভ : কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হ’ব, লগতে ধন মান লাভ হোৱাৰ যোগ দেখা যায়।

মীন : মীন ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জটিলতা বাঢ়িব পাৰে, লগতে সজাগ নহ’লে মনোমালিন্য হোৱাৰো যোগ দেখা যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসম- নাগালেণ্ডৰ মাজত পুনৰ সংঘাত; মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্মত নগা আৰক্ষীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ

মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্ম অঞ্চলত নগা আৰক্ষীৰ বিৰুদ্ধে অসমীয়া...

পুনৰ উতপ্ত অসম-নাগালেণ্ড সীমান্ত; মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্মত নগা আৰক্ষীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ

মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্ম অঞ্চলত নগা আৰক্ষীৰ বিৰুদ্ধে অসমীয়া...

অসমলৈ আহিব ক’কৰোছ জনতা পাৰ্টি (CJP)ৰ কেন্দ্ৰীয় নেতৃত্ব; অসমত অনুষ্ঠিত হ’ব দলটোৰ প্ৰথমখন স্বেচ্ছাসেৱক মীট

অসমত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে অসমলৈ আহিব ক’কৰোছ...

প্ৰায় এবছৰ ধৰি ঘৰত বন্দী বোৱাৰী; স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ

অসমত পুনৰ পোহৰলৈ আহিছে বোৱাৰী নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগ।...