কিমান দিনলৈ চলি থাকিব বঙহৰ যুঁজ? আলফা(স্বাঃ)ৰ হাতত তৃতীয়গৰাকী অসমীয়াৰ মৃত্যু

বিজু গগৈ ওৰফে ভাগ্য অসমক আলফা (স্বাঃ)ৰ মৃত্যুদণ্ড। সঞ্জীৱ, ধনজিতৰ দৰেই বিজু গগৈকো বিহা হৈছিল মৃত্যুদণ্ড। CAA আন্দোলনৰ সময়ত আলফা(স্বাঃ)ত যোগদান কৰিছিল বিজু গগৈয়ে। তিনিচুকীয়াৰ পেঙেৰিৰ আছু নেতা আছিল বিজু। আৰক্ষীৰ জালত পৰা সন্তোষ লামাই প্ৰকাশ কৰিছে এই কথা। ৫ মাহৰ পূৰ্বে আলফাত যোগদান কৰিছিল সন্তোষ লামাই। ২০২২ৰ জানুৱাৰীতে মৃত্যুদণ্ড দিয়া হৈছিল বিজু গগৈক। কেম্পৰ পৰা পলায়ন কৰিব বিচৰাৰ সময়তে গুলীয়াই হত্যা বিজু গগৈক। আলফা (স্বাঃ)ত যোগদান কৰা ১৪জন যুৱকক হত্যা কৰা হৈছে। আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰিছে এই কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...