পুনৰ বিতৰ্ক, নিষিদ্ধ হ’ল ‘দ্য কাশ্মীৰ ফাইলছ’!

পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত হোৱা নিৰ্যাতনৰ কাহিনীকলৈ নিৰ্মাণ কৰা হিন্দী ছবি ‘দ্যা কাশ্মীৰ ফাইলছ’ৰ মুক্তি ছিংগাপুৰত নিষিদ্ধ ঘোষণা কৰা হৈছে। সংস্কৃতি, সম্প্ৰদায়, যুৱ মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয়ৰ সৈতে হোৱা এক য়ুটীয়া বৈঠকত IMDA কৃৰ্তপক্ষই হিন্দী ভাষাৰ ছবিখন ছিংগাপুৰত মুক্তিৰ পূৰ্বেই নিষিদ্ধ ঘোষণা কৰিছে।

ছিংগাপুৰৰ চলচ্চিত্ৰ মন্ত্ৰ্যালয়ৰ বিষয়াসকলে কৈছে যে, “ছবিখন উচতনিমূলক হোৱাৰ লগতে ধৰ্মীয় সম্প্ৰদায়ৰ সংঘৰ্ষৰ ওপৰত নিৰ্মাণ কৰা হৈছে।” উল্লেখ্য যে ছিংগাপুৰত চলচ্চিত্ৰ শ্ৰেণীবিভাজন নিৰ্দেশনাৰ অধীনত জাতিগত আৰু ধৰ্মীয় সম্প্ৰদায়ৰ ওপৰত নিৰ্মাণ কৰা ছবিৰ মুক্তিৰ অনুমতি নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘ষ্ট্ৰেইট অৱ হৰমুজ’ত ট্ৰাম্প প্ৰস্তাৱিত ২০% টোলে পেট্ৰ’ল, ডিজেলৰ দাম কিয় বৃদ্ধি কৰিব পাৰে?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অলপতে ঘোষণা কৰা এক...

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...