অতিৰিক্ত সুৰাপান নে আন কিবা, কেনেকৈ বহুমহলীয়া ভৱনৰ পৰা সৰি পৰিল BSF জোৱান?

শিলচৰৰ মাছিমপুৰস্থিত BSF কেম্পত অঘটন ৷ কেম্পৰ বহুমহলীয়া ভৱনৰ পৰা পৰি মৃত্যু BSF জোৱানৰ ৷ ৰহস্যজনকভাবে ৪৩ বছৰীয়াহুকাম সিং গিলালা নামৰ জোৱানমৰ মৃত্যু ঘটে। মধ্যপ্ৰদেশৰ বাসিন্দা হুকাম সিং গিলালাৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য। বিএছএফ কেম্পৰ বহুমহলীয়া ভৱনৰ পৰা হঠাৎ তললৈ পৰি আহে কনিষ্টবলজন ৷ সহকৰ্মীসকলে আহত গিলালক উদ্ধাৰ কৰি কেম্পৰ হাস্পতাললৈ লৈ যায় ৷ কিন্তু অৱস্থা সংকটজনক হোৱাত শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷ হাস্পতাললৈ নিয়াৰ পথত মৃত্যু ঘটে জোৱানজনৰ ৷ অতিৰিক্ত সুৰাপানৰ ফলত এই দুৰ্ঘটনা ঘটিছে বুলি প্ৰাথমিকভাবে সন্দেহ কৰিছে আৰক্ষীয়ে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...