কোন জিলাত কেতিয়া অনুষ্ঠিত হ’ব গুণোৎসৱ? জানি লওক সম্পূৰ্ণ সূচী

ৰাজ্যত তিনিটা পৰ্যায়ত পুনৰ অনুষ্ঠিত হ’ব গুণোৎসৱ ৷ অহা ১১ মে’ৰ ১৪ মে’লৈ ১১খন জিলাত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ৷ প্ৰথম পৰ্যায়ত বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, কৰিমগঞ্জ, কাৰ্বি আংলং, নগাঁও আৰু নলবাৰীত অনুষ্ঠিত হ’ব ৷ আনহাতে, ২৩ মে’ৰ পৰা ২৬ মে’লৈ দ্বিতীয় পৰ্যায়ত ১১খন জিলাত গুণোৎসৱ ৷

file photo

দ্বিতীয় পৰ্যায়ত বৰপেটা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা, মানকাছাৰ, তিনিচুকীয়া আৰু ওদালগুৰিত হ’ব গুণোৎসৱ৷ ইফালে, অহা ১ জুনৰ পৰা ৪ জুনলৈ তৃতীয় পৰ্যায়ত ১১খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব। তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব বাক্সা, কাছাৰ, চিৰাং, ধুবুৰী, ডিমা হাছাও, যোৰহাট, কামৰূপ মহানগৰ, লখিমপুৰ, শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলং জিলাত ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...