পাকিস্তান সীমান্তত ৫০ মিটাৰ গভীৰতালৈকে সুৰংগ! সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি লৈছে নেকি অমৰনাথৰ যাত্ৰীক?

চাম্বালৈ যাব ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)ৰ দল। চাম্বাত উদ্ধাৰ হৈছে সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰা সুংৰগ। জম্মুৰ ভাৰত-পাকিস্তান সীমান্তত অৱস্থিত চাম্বা। পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ এই সুৰংগ। BSF-এ উদ্ধাৰ কৰিলে আন্তঃৰাষ্ট্ৰীয় সীমান্তত থকা এই সুৰংগ। জেইচ-ই-মহম্মদে সুৰংগটো ব্যৱহাৰ কৰাৰ সন্দেহ কৰা হৈছে। ডেৰশ মিটাৰ দীঘল সুৰংগটো চাম্বা ছেক্টৰত আছিল। পূৰ্বেও সীমান্তত উদ্ধাৰ হৈছিল ১১টাকৈ সুৰংগ। অমৰনাথৰ যাত্ৰীক আক্ৰমণৰ লক্ষ্যৰে সন্ত্ৰাসবাদীৰ প্ৰৱেশ। সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰিছিল এই সুৰংগটো। ৫০ মিটাৰ গভীৰতালৈকে আছে সুৰংগ। উদ্ধাৰ হৈছে বালি-চিমেণ্টভৰ্তি বস্তা, কাপোৰ-কানি। ইতিমধ্যে সন্ত্ৰাসবাদীৰ দল ভাৰতত প্ৰৱেশ কৰাৰ সন্দেহ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...