ঘাতকৰ ৰূপত ৰাজ্যৰ ৰাজপথ, এইবাৰ গোৱালপাৰাত প্ৰাণ গ’ল দুজনৰ

ঈদৰ আনন্দ-উছাহৰ মাজতে ৰাজ্যত ইটোৰ পিছত সিটো পথ দুৰ্ঘটনাৰ সূত্ৰপাত ঘটিছে। এইবাৰ গোৱালপাৰাৰ নেপালী খুঁটিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুখন বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুজন, লগতে গুৰুতৰভাবে আহত হৈছে ৩জন লোক। নিহত দুজনৰ নাম শ্বহিদুল ইছলাম আৰু শ্বাহ মামুদ ইছলাম। আহত আনোৱাৰ হুছেইন, আজম আলী আৰু ফাৰুক আব্দুল্লাক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কথমপি প্ৰাণৰক্ষা হাজাৰ হাজাৰ ৰে’ল যাত্ৰীৰ, তিতাবৰত অঘটন

তিতাবৰৰ মেলামাটিত ভয়ংকৰ ঘটনা। ৰে'ল লাইনৰ ওপৰত চিঙি পৰিল...

ভয়ংকৰ দুৰ্ঘটনাত থানবান এখন সুখৰ সংসাৰ

লখিমপুৰৰ ভয়ংকৰ দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ নগাঁৱত শিহৰণকাৰী...

কোন হ’ব মন্ত্ৰী ? ১২ জনীয়া মন্ত্ৰীসভাত সোমাব আৰু কাৰ কাৰ নাম ?

✒️ মুন গোস্বামী জুন মাহৰ প্ৰথম সপ্তাহতে হিমন্ত 2.0 মন্ত্ৰীসভাৰ...

জম্মু-কাশ্মীৰ সীমান্তত থকা বিদ্যালয়লৈ ১ কোটি টকাৰ অনুদান আগবঢ়ালে অক্ষয় কুমাৰে

বলিউড অভিনেতা অক্ষয় কুমাৰে জম্মু আৰু কাশ্মীৰৰ গুৰেজ উপত্যকাৰ...