দৰিদ্ৰলৈ সহায়ৰ হাত, সকলোকে সুখ দিয়াৰ সংকল্পৰে আজমল ফাউণ্ডেছনে বিতৰণ কৰিলে খাদ্যসামগ্ৰী

পবিত্ৰ ঈদক লৈ ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ। এমাহ ৰোজাৰ অন্তত ঈদৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ।

সকলোকে সুখ দিয়াৰ সংকল্পৰে দুখীয়া লোকক খাদ্য সামগ্ৰী বিতৰণ আজমল ফাউণ্ডেছনৰ। পবিত্ৰ ৰমজান মাহ উপলক্ষেও আজমল ফাউণ্ডেচনে ৰাইজক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰিছিল।

পৱিত্ৰ ঈদৰ পূৰ্বে আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশত আৰু ডিৰেক্টৰ ড০ খচৰুল ইছলামৰ তৎপৰতাত ডবকাৰ ভেলৌগুৰিত পবিত্ৰ ঈদ উপলক্ষে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।

পবিত্ৰ ঈদ উপলক্ষে আজমল ফাউণ্ডেছনৰ পৰা খাদ্য সামগ্ৰী লাভ কৰি উত্ফুল্লিত হৈ পৰিছে দৰিদ্ৰ ৰাইজ।

পবিত্ৰ ঈদক লৈ ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...