চোৰৰ সহজ টাৰ্গেট এতিয়া মঠ-মন্দিৰ, এইবাৰ লুটপাত চলালে শিৱ আৰু দুৰ্গা মন্দিৰত

পুনৰ ভগৱানৰ উপাসনাগৃহত চোৰৰ লুটপাত। এইবাৰৰ স্থান লংকা। লংকাৰ শিৱ মন্দিৰ আৰু দুৰ্গা মন্দিৰত চুৰিকাণ্ড। মন্দিৰৰ তলা ভাঙি চোৰে লুটি লৈ যায় সকলো সা-সামগ্ৰী। মন্দিৰ চাফা কৰিবলৈ আহি পূজাৰীয়ে প্ৰত্যক্ষ কৰে চুৰিকাণ্ডৰ কথা। লংকাৰ ১নং চামবৰীয়াত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। উল্লেখ্য যে, বিগত এইকেইদিনত লংকাত সংঘটিত হৈছে কেইবাটাও চুৰিকাণ্ডৰ ঘটনা। ইতিমধ্যে ঘটনা সন্দৰ্ভত লংকা আৰক্ষীয়ে থানাত এজাহাৰ দাখিল কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...