৫ জনতকৈ অধিক সমবেত হব নোৱাৰিব!

তিনিচুকীয়া জিলাত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে তিনিচুকীয়াত ১৪৪ ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনৰ ।

এতিয়াৰে পৰা জিলা প্ৰশাসনৰ অনুমতি অবিহনে পাঁচজনতকৈ অধিক লোক সমবেত হোৱা, জিলা প্ৰশাসনৰ অনুমতি অবিহনে ৰাজহুৱা স্থানত সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰশাসনৰ ।

ইফালে ৰাজহুৱা স্থানত উচ্চ স্বৰত মাইক বজোৱা, ৰাজহুৱা স্থানত লাঠি, অস্ত্ৰ লৈ থকা, জোঁৰ সমদল বাহিৰ কৰা বলপূৰ্বক চাণ্ডা সংগ্ৰহ কৰা আদিৰ ক্ষেত্ৰতো নিশেধাজ্ঞা প্ৰশাসনৰ ।

১৪৪ ধাৰা চলি থকাৰ সময়ত কোনো লোকে নিয়ম ভংগ কৰিলে ভাৰতীয় দণ্ডবিধি অনুসৰি ১৮৮ ধাৰাৰে দণ্ডিত হ’ব বুলিও স্পষ্টকৈ উল্লেখ কৰিছে জিলা দণ্ডাধীশ নাৰছিং পৱাৰৰ দ্বাৰা স্বাক্ষৰিত নিৰ্দেশনা পত্ৰখনত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...