পুনৰ অধিনায়কৰ দায়িত্বত এম এছ ধোনী

পুনৰ চেন্নাই চুপাৰ কিংশৰ দায়িত্ব ল’ব মহেন্দ্ৰ সিঙ ধোনীয়ে। ৰবীন্দ্ৰ জাদেজাই দিজৰ খেলত আৰু অধিক মনোযোগ দিবলৈ আৰু মনোনিৱেশ কৰিবৰ বাবে অধিনায়কৰ দায়িত্ব ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে।

এম এছ ধোনীক পুনৰ অধিনায়কৰ দায়িত্ব লবলৈ অনুৰোধ জনাইছে চিএছকে ফ্ৰেঞ্চাইজিটোৱে। আই পি এল ২০২২ত চিএছকে দলটোৱে আঠখন খেলৰ ভিতৰত ছয়খন খেল হেৰুৱাইছে।

আনহাতে ধোনীয়ে বৃহত্তৰ দলটোৰ স্বাৰ্থত আৰু জাদেজাই যাতে ভালদৰে খেলসমূহত মনোনিৱেশ কৰিব পাৰে তাৰ বাবে দলটোৰ দায়িত্ব ল’বলৈ সাজু হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...