আপুনি জানেনে কঁঠালৰ গুটি খালে দূৰ হয় চকু আৰু ছালৰ সমস্যা!

বতৰৰ ফল বতৰত খোৱা হয়। গৰমৰ দিন অহাৰ লগে লগে আকৌ আহিল কঁঠালৰ বতৰ। অসমৰ পৰিৱেশত সহজভাবে হোৱা এবিধ ফলমূল হৈছে কঁঠাল। কঁঠাল খোৱাৰ পিছত গুটিসমূহো আমি বিভিন্নধৰণে খাওঁ। কিন্তু আপুনি জানি আচৰিত হ’ব, কঁঠালত আছে কিছুমান আচৰিত পুষ্টিগুণ। কঁঠাল গুটি প্ৰটিনসমৃদ্ধ। কঁঠালৰ গুটিত পোৱা যায় আইৰন। ভিটামিন এ আৰু ভিটামিন চি পোৱা যায় কঁঠালৰ গুটিত। ই সুস্বাদু হোৱা হেতুকে বিবিধ ব্যঞ্জনতো ব্যৱহাৰ কৰা হয়। কঁঠাল গুটি চকু আৰু ছালৰ সমস্যা সমাধানতো যথেষ্ট সহায়ক। এনিমিয়াৰ সমস্যা সমাধানৰ বাবেও যথেষ্ট উপকাৰী কঁঠালৰ গুটি। হজম শক্তি বৃদ্ধিতো সহায় কৰে কঁঠালৰ গুটিয়ে। মাংসপেশীৰ গঠনৰ ক্ষেত্ৰতো উপকাৰী। ইয়াৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোঝ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰতো সহায় কৰে কঁঠালৰ গুটিয়ে।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...