২৮ এপ্ৰিলত ডিব্ৰুগড় আৰু কাৰ্বি আংলঙত স্থানীয় বন্ধ ঘোষণা

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বাবে ২৮ এপ্ৰিল তাৰিখে ডিব্ৰুগড় আৰু কাৰ্বি আংলঙ জিলা দুখনত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। সেইদিনা দুয়োখন জিলাতে সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব।

প্ৰধানমন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড় ভ্ৰমণ কৰিব আৰু ৭খনকৈ নতুন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ উদ্ধোধন কৰিব। লগতে তেওঁ আন ৭খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ আধাৰশিলাও স্থাপন কৰিব।

একেদিনাই প্ৰধানমন্ত্ৰী গৰাকীয়ে ডিফু ভ্ৰমণ কৰিব। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী গৰাকীৰ ভ্ৰমণৰ পূৰ্বে স্থানসমূহ পৰিদৰ্শন কৰে আৰু বতৰৰ প্ৰতি লক্ষ্য ৰাখি পানী নিষ্কাষণৰ প্ৰতি বিশেষ মনোযোগ দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...