তালিবানে নিষিদ্ধ কৰিলে দুটাকৈ মোবাইল এপ

তালিবানৰ আগশাৰীৰ আফগান যুৱকসকল যাতে বিপথে পৰিচালিত নহয় তাৰ বাবে সংগঠনটোৰ ভিতৰত নিষিদ্ধ কৰা হ’ল দুটাকৈ মোবাইল এপ। বৃহস্পতি বাৰৰ পৰা তালিবানে নিষিদ্ধ কৰিলে ভিডিঅ’ শ্বেয়াৰিং এপ TIKTOK আৰু মোবাইল গেম এপ PUBG।

যোৱা বছৰৰ আগষ্ট মাহত ক্ষমতালৈ অহাৰ পাচৰে পৰা চলচ্চিত, টেলিভিচন, সংগীত আদি সকলো নিষিদ্ধ ঘোষণা কৰিছিল তালিবান চৰকাৰে।

বৃহস্পতিবাৰে এক বিবৃতিত আফগান কেবিনেটে দাবী কৰে যে, এই ম’বাইল এপসমূহে যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিছে। সেইবাবে টেলিকম মন্ত্ৰালয়ক সেইবিলাক এপ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।


জানিব পৰা মতে, আফগান দূৰ সঞ্চাৰ মন্ত্ৰ্যালয়ক টেলিভচন চেনেলসমূহত অনৈতিক কাৰ্যসূচী সমূহৰ সম্প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। তাৰ পিচৰ পৰা টভিত বাতৰি আৰু ধৰ্মীয় অনুষ্ঠনৰ বাহিৰে একো দেখুওৱা হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...