পৌৰ নিগম নিৰ্বাচন ২০২২: কোন ৱাৰ্ডত কোন জিকিল?

১ নং ৱাৰ্ডত এজেপিৰ প্ৰাৰ্থী হুকুম চান্দ আলী বক্সিৰ জয়লাভ
২ নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী মুকুল কলিতাৰ জয়লাভ
৩ নং ৱাৰ্ডত বিজেপিৰ কল্লোল চক্ৰৱৰ্তীৰ জয়লাভ
৪ নং ৱাৰ্ডত বিজেপিৰ কনকলতা সাহাৰ জয়লাভ
৫ নং ৱাৰ্ডত বিজেপিৰ সঞ্জয় দাসৰ জয়লাভ
৬ নং ৱাৰ্ডত বিজেপিৰ সুতপা সৰকাৰৰ জয়লাভ
৭ নং ৱাৰ্ডত বিজেপিৰ অজয় চক্ৰৱৰ্তীৰ জয়লাভ
৮ নং ৱাৰ্ডত বিজেপিৰ সুধন্য মালাকাৰৰ জয়লাভ
৯ নং ৱাৰ্ডত বিজেপিৰ অৰ্চনা দাসৰ জয়লাভ
১০ নং ৱাৰ্ডত অগপৰ কল্পনা দাসৰ জয়লাভ
১১ নং ৱাৰ্ডত বিজেপিৰ মঞ্জুলা দেৱীৰ জয়লাভ
১২ নং ৱাৰ্ডত অগপৰ দীপাংকৰ বৈশ্যৰ জয়লাভ
১৩ নং ৱাৰ্ডত অগপৰ পূৰবী তালুকদাৰৰ জয়লাভ
১৪ নং ৱাৰ্ডত বিজেপিৰ মঞ্জু বৰাৰ জয়লাভ
১৫ নং ৱাৰ্ডত বিজেপিৰ সৌৰভ ঝুনঝুনৱালাৰ জয়লাভ
১৬ নং ৱাৰ্ডত বিজেপিৰ প্ৰমোদ স্বামীৰ জয়লাভ
১৭ নং ৱাৰ্ডত বিজেপিৰ স্নিগ্ধা বৰুৱাৰ জয়লাভ
১৮ নং ৱাৰ্ডত বিজেপিৰ শংকৰ চক্ৰৱৰ্তীৰ জয়লাভ
১৯ নং ৱাৰ্ডত বিজেপিৰ বৃজেশ ৰয়ৰ জয়লাভ
২০ নং ৱাৰ্ডত বিজেপিৰ গৌড়মণ্ডলৰ জয়লাভ
২১ নং ৱাৰ্ডত বিজেপিৰ সঞ্জীৱ দেৱৰ জয়লাভ
২২ নং ৱাৰ্ডত বিজেপিৰ স্মিতা ৰয়ৰ জয়লাভ
২৩ নং ৱাৰ্ডত বিজেপিৰ মনজিত দৈমাৰীৰ জয়লাভ
২৪ নং ৱাৰ্ডত অগপৰ বিজু মেধিৰ জয়লাভ
২৫ নং ৱাৰ্ডত বিজেপিৰ মঞ্জুলা ৰাভাৰ জয়লাভ
২৬ নং ৱাৰ্ডত বিজেপিৰ ৰাণা চেতিয়াৰ জয়লাভ
২৭ নং ৱাৰ্ডত বিজেপিৰ ৰিংকুমণি বৰাৰ জয়লাভ
২৮ নং ৱাৰ্ডত বিজেপিৰ স্নিগ্ধা দৈমাৰীৰ জয়লাভ
২৯ নং ৱাৰ্ডত বিজেপিৰ মৃগেন শৰণীয়াৰ জয়লাভ
৩০ নং ৱাৰ্ডত বিজেপিৰ বিনিতা দত্ত চৌধুৰীৰ জয়লাভ
৩১ নং ৱাৰ্ডত বিজেপিৰ ৰত্না সিঙৰ জয়লাভ
৩২ নং ৱাৰ্ডত বিজেপিৰ নীলমজ্যোতি ভূঞাৰ জয়লাভ
৩৩ নং ৱাৰ্ডত অগপৰ মীৰা দাসৰ জয়লাভ
৩৪ নং ৱাৰ্ডত বিজেপিৰ জোনমণি ডেকা দাসৰ জয়লাভ
৩৫ নং ৱাৰ্ডত বিজেপিৰ নবীন বৰাৰ জয়লাভ
৩৬ নং ৱাৰ্ডত বিজেপিৰ মেঘনা হাজৰিকাৰ জয়লাভ
৩৭ নং ৱাৰ্ডত বিজেপিৰ স্বপ্না দেৱীৰ জয়লাভ
৩৮ নং ৱাৰ্ডত বিজেপিৰ শশাংকজ্যোতি ডেকাৰ জয়লাভ
৩৯ নং ৱাৰ্ডত বিজেপিৰ অভীক সোমৰ জয়লাভ
৪০ নং ৱাৰ্ডত বিজেপিৰ ববিতা ডেকাৰ জয়লাভ
৪১ নং ৱাৰ্ডত বিজেপিৰ বাসন্তী কলিতা দুৱৰাৰ জয়লাভ
৪২ নং ৱাৰ্ডত আপৰ মাচুমা বেগমৰ জয়লাভ
৪৩ নং ৱাৰ্ডত বিজেপিৰ অঞ্জনা বৰাৰ জয়লাভ
৪৪ নং ৱাৰ্ডত বিজেপিৰ সত্যেন্দ্ৰ নাথ ভট্টাচাৰ্যৰ জয়লাভ
৪৫ নং ৱাৰ্ডত বিজেপিৰ মাধৱী তালুকদাৰৰ জয়লাভ
৪৬ নং ৱাৰ্ডত বিজেপিৰ আশিস ভৰালীৰ জয়লাভ
৪৭ নং ৱাৰ্ডত বিজেপিৰ প্ৰফুল্ল মহন্তৰ জয়লাভ
৪৮ নং ৱাৰ্ডত বিজেপিৰ দুলুমণি কাকতিৰ জয়লাভ
৪৯ নং ৱাৰ্ডত বিজেপিৰ অৰূপ ডেকাৰ জয়লাভ
৫০ নং ৱাৰ্ডত বিজেপিৰ উৎপল মহন্তৰ জয়লাভ
৫১ নং ৱাৰ্ডত বিজেপিৰ ডিম্পল ৰাভাৰ জয়লাভ
৫২ নং ৱাৰ্ডত বিজেপিৰ গকুল গোস্বামীৰ জয়লাভ
৫৩ নং ৱাৰ্ডত বিজেপিৰ লিপিকা পাটোৱাৰী কলিতাৰ জয়লাভ
৫৪ নং ৱাৰ্ডত বিজেপিৰ গীতা ঠাকুৰীয়া কলিতাৰ জয়লাভ
৫৫ নং ৱাৰ্ডত বিজেপিৰ মনোজ কুমাৰ নাথৰ জয়লাভ
৫৬ নং ৱাৰ্ডত বিজেপিৰ ৰাখী বৰাৰ জয়লাভ
৫৭ নং ৱাৰ্ডত বিজেপিৰ কবিতা শৰ্মাৰ জয়লাভ
৫৮ নং ৱাৰ্ডত গৌড়ি বৰাৰ জয়লাভ
৫৯ নং ৱাৰ্ডত অগপৰ অসীম শইকীয়াৰ জয়লাভ
৬০ নং ৱাৰ্ডত ভূপেন বৰুৱাৰ জয়লাভ

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...