সাৱধান! তান্ত্ৰিকৰ বেশ লৈ ধৰ্ষণৰ চেষ্টা চলাব পাৰে ভণ্ড বাবাই

মহিলাসকল সাৱধান! ঘৰত অকলে থকাৰ সুযোগ লৈ অসৎ চৰিতাৰ্থ পূৰণৰ চেষ্টা চলাব পাৰে ভণ্ড বাবাই। মহানগৰীৰ পাণ্ডু কামাখ্যা কলনীত চাঞ্চল্যকৰ ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ লৈ নৰেশ সৰকাৰ নামৰ স্বয়ম্ভু তান্ত্ৰিকজনে ১১ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ। ঘৰৰ পিছফালে নি ধৰ্ষণৰ চেষ্টা চলোৱাৰ সময়তে কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰে। কিশোৰীৰ চিঞৰত ওলাই আহে স্থানীয় ৰাইজ। উপস্থিত লোকে ভণ্ড তান্ত্ৰিকক উত্তম-মধ্যম শোধাই গতাই দিলে জালুকবাৰী আৰক্ষীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...