এখনত ২৩ টা, আনখনত ২৬টা সৰবৰাহৰ সময়তে জালত গৰু সৰবৰাহকাৰী

ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ। এইবাৰ লখিমপুৰ জিলাৰ লালুকত চলিল অভিযান। লালুক আৰক্ষীয়ে কৰায়ত্ত কৰিছে দুখনকৈ গৰু ভৰ্তি ট্ৰাক। এখনত ২৩ টা আৰু আনখনত ২৬টা গৰু সৰবৰাহ কৰিছিল। লালুকৰ মাজেৰে নগাঁও আৰু গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত ৫টা অবৈধভাবে গৰু সৰহবৰাহকাৰীসহ ৪৯টা গৰু জব্দ কৰে লালুক আৰক্ষীয়ে। উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে দুজনকৈ অবৈধ গৰু সৰহবৰাহকাৰীক এনকাউণ্টাৰ কৰিছিল ধলপুৰ আৰক্ষীয়ে ৷ ইয়াৰ পিছতো অন্ত পৰা নাই অবৈধ গৰুৰ ৰমৰমীয়া বেহা। এখন গাড়ী গোগামুখৰ পৰা আৰু আনখন নাওবৈচাৰ বঙালমৰাৰ পৰা অহা বুলি সদৰি কৰে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অচল ফেচবুক, কোটি কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ

শুকুৰবাৰে সন্ধিয়া কোটি কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত লাগিল হাহাকাৰ।...

ভয়ংকৰ দুৰ্ঘটনাই জোকাৰিছে নলবাৰী

নলবাৰীৰ বানেকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা। বুঢ়াদিয়া নদীৰ দলঙত ট্ৰাক...

কৃষকৰ আঁচনি ৰূপায়ণত গাফিলতি সহ্য কৰা নহ’ব: মন্ত্ৰী পীয়ূষ হাজৰীকা

অহা মাহত ১৫ লাখ উদ্যান শস্যৰ পুলি বিতৰণৰ লক্ষ্য...

চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ

যাতায়াতজনিত অসুবিধাৰ বাবে বিদ্যালয়লৈ যাব পৰা নাই নেকি? অভিভাৱক,...