নিশা হ’লেই তিনিটাকৈ বনৰীয়া হাতীয়ে চলাই উপদ্ৰৱ

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। ৰহাৰ আমচৈ বেলতলাত বন্যহস্তীৰ উপদ্ৰৱ। নিশা হ’লেই তিনিটাকৈ বনৰীয়া হাতীয়ে অঞ্চলটোত চলাই উপদ্ৰৱ। শুকুৰবাৰে নিশাও অঞ্চলটোৰ পাঁচটাকৈ ঘৰত চলাই উপদ্ৰৱ। বিপিন ডেকা, মাধৱী বৰদলৈ, মণি সাহা, বিউটি ফুকন আৰু লোকেন বৰদলৈ নামৰ লোককেইজনৰ বাসগৃহৰ বিস্তৰ ক্ষতিসাধন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...