প্লাষ্টিকৰ গুদামত বিধ্বংসী অগ্নিকাণ্ড, লাখ লাখ টকাৰ সামগ্ৰী ভস্মীভূত

ৰাজ্যত কেইবাটাও স্থানত অগ্নিকাণ্ড। এইবাৰ শিলচৰৰ চিৰুয়াকান্দিত বিধ্বংসী জুই। এটা প্লাষ্টিকৰ গুদামত সংঘটিত হয় অগ্নিকাণ্ড। চিৰুয়াকান্দিস্থিত এই অগ্নিকাণ্ডৰ ফলত জুইত ভস্মীভূত হয় কেইবা লাখ টকাৰ প্লাষ্টিকৰ সা-সামগ্ৰী৷ অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনৰ প্ৰায় ৩ ঘণ্টাজোৰা চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণলৈ আহে৷ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সন্দেহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...