AMWAY এদিনতে ৪১১.৮৩ কোটি জব্দ, বিপদত পৰিব নেকি গ্ৰাহকসকল?

সোমবাৰে AMWAY INDIAৰ ৭৫৭ কোটি টকাৰ সম্পত্তি জব্দ কৰে EDয়ে। বিপণন কেলেংকাৰি সন্দৰ্ভত AMWAY INDIAৰ এই বিশাল সম্পত্তি জব্দ কৰা হয়। জব্দ কৰা সা-সম্পত্তিৰ ভিতৰত আছে তামিলনাডুৰ দিনদিগুল জিলাত থকা কোম্পানীটোৰ ভূমি আৰু কাৰখানাৰ লগতে বিভিন্ন যন্ত্ৰপাতি, গাড়ী, বেংক একাউণ্ট আৰু স্থায়ী জমা পুঁজি। ইয়াৰ ভিতৰত আছে ৪১১.৮৩ কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি আৰু ৩৪৫.৯৪ কোটি টকাৰ পুঁজি। কোম্পানীটোৱে দীৰ্ঘদিন ধৰি মাৰ্কেটিং নেটৱৰ্কৰ নামত কেলেংকাৰি সংঘটিত কৰি আহিছিল বুলি EDয়ে প্ৰকাশ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...